BEST ASSAMESE lOVE STATUS FOR WHATSAPP , FACEBOOK , INSTAGRAM .
Are you from Assam and wanted to express your heartiest love to your loved ones with the help of ASSAMESE LOVE STATUS or BEST ASSAMESE lOVE QUOTES. Then you are in the right website. In this website you will get the best collection of LOVE STATUS that will express your love for your loved ones more deeply. From the best status collection collection you can use the best STATUS or QUOTES you like the most and that can express your love more deeply as your daily WHATSAPP LOVE STATUS, FACEBOOK LOVE STATUS , INSTAGRAM LOVE STATUS and other social media.
We also provide best ASSAMESE ATTITUDE STATUS and you can check those out too.
তেনেহলে কিয় ৰখি আছা যোৱা সোনকালে গৈ নিজৰ ATTITUDE বাছি লোৱা ।
• সমগ্ৰ জগতৰ বাবে তুমি এগৰাকী সাধাৰণ ছোৱালী হ'ব পাৰা,
কিন্তু মোৰ বাবে তুমিয়ে সমগ্ৰ জগত।
• ভালপোৱাৰ বাবে টকাৰ নহয়, ভাল মনৰ হে প্ৰয়োজন।
• সুনা লাইফত যিমানেই এন্ধাৰ হৈ নাহক কিয়, তুমি মোক কেতিয়াও এৰি থৈ নাজাবা।
• Ex যদি তোমাৰ জিৱনত ঘুৰি আহিব খোজে, তেনেহলে বুজি লবা তুমি আগতকৈ বেছি ধুনীয়া হৈছা।
• তুমি মনত নপৰা, এনে কোনো কেলেণ্ডাৰত নাই।
• জীৱনত মোক মাথো এটা ডিফল্ট লাগে, সেইটো হ'ল তুমি আৰু তোমাৰ মৰম ।


















0 Comments